ಅರ್ಥ : বল বা শক্তি নোহোৱা বা খুউব কম হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
দুর্বলত্াৰ ্ কাৰণে মহেশ যাব নোৱাৰিলে
ಸಮಾನಾರ್ಥಕ : দুর্বলত্া, বলহীনতা, শক্তিহীনতা
ಅರ್ಥ : অযোগ্য হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
ಸಮಾನಾರ್ಥಕ : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা