ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : * দুটা ৰাশিৰ মাজৰ এক বিশেষ বিষমতা বা প্রভেদ
ಉದಾಹರಣೆ : আয় আৰু ব্যয়ত অত্যধিক ব্যৱধানৰ বাবে বহুতো অসুবিধা হৈছে
ಸಮಾನಾರ್ಥಕ : প্রভেদ, ব্যৱধান
ಅರ್ಥ : সমান নোহোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : এই দুয়োটা বস্তুৰ মাজত বহুত পার্থক্য আছে
ಸಮಾನಾರ್ಥಕ : পার্থকয্, প্রভেদ, ভিন্নতা, ভেদ
ಸ್ಥಾಪನೆ