ಅರ್ಥ : তৃপ্তি নোপোৱা অৱস্থা
ಉದಾಹರಣೆ :
আনন্দই ভগৱান বুদ্ধক মনৰ অতৃপ্তি দূৰ কৰাৰ উপায় সুধিলে
ಸಮಾನಾರ್ಥಕ : অতুষ্টি, অতৃপ্তি, অপৰিতোষ, অসন্তুষ্টি
ಅರ್ಥ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
ಸಮಾನಾರ್ಥಕ : অপ্রসন্নতা, অসন্তুষ্টি