ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কল্যাণ বা মংগল নথকা
ಉದಾಹರಣೆ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
ಸಮಾನಾರ್ಥಕ : অকল্যাণ, অনিষ্ট, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অহিত, বিপদ, বিমংগল, বিমঙ্গল
ಅರ್ಥ : যিটো শুভ নহয়
ಉದಾಹರಣೆ : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
ಸಮಾನಾರ್ಥಕ : অনিষ্ট, অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অহিত, বিমংগল, বিমঙ্গল
ಸ್ಥಾಪನೆ