ಅರ್ಥ : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা
ಉದಾಹರಣೆ :
তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে
ಸಮಾನಾರ್ಥಕ : উৎসর্গা
ಅರ್ಥ : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য
ಉದಾಹರಣೆ :
গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়
ಅರ್ಥ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
ಉದಾಹರಣೆ :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
ಸಮಾನಾರ್ಥಕ : অধীন কৰা