ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো ভেদ কৰিব নোৱাৰি
ಉದಾಹರಣೆ : এই অভেদ্য লক্ষ্যটো ভেদ কৰাই মোৰ প্রথম কাম
ಸಮಾನಾರ್ಥಕ : দুর্ভেদ্য, দুশ্ছেদ্য
ಅರ್ಥ : যাক ভেদ বা ছেদ কৰিব নোৱাৰি
ಉದಾಹರಣೆ : হীৰা এবিধ অভেদ্য পাথৰ
ಅರ್ಥ : যিটো ভেদ্য নহয় বা যাৰ ভেদন সম্ভৱ নহয়
ಉದಾಹರಣೆ : প্রাচীন কালত ৰজাসকলে অভেদ্য দুর্গ নির্মাণ কৰিছিল
ಸಮಾನಾರ್ಥಕ : অচ্ছেদ্য, অভেদ, অভেদনীয়, দুর্ভেদ্য
ಸ್ಥಾಪನೆ