ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো ব্যৱহাৰত লগোৱা হোৱা নাই
ಉದಾಹರಣೆ : তেওঁ অব্যৱহৃত বস্তুবোৰ দুখীয়াৰ মাজত বিলাই দিলে
ಸಮಾನಾರ್ಥಕ : অপ্রযুক্ত, অভুক্ত
ಅರ್ಥ : যিটো প্রচলিত নহয়
ಉದಾಹರಣೆ : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?
ಸಮಾನಾರ್ಥಕ : অপ্রচলিত, নচলা, পুৰণিকলীয়া, পুৰাতন, প্রচলনহীন
ಸ್ಥಾಪನೆ