ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যাৰ বোধ শক্তি নাই
ಉದಾಹರಣೆ : প্রকৃতিত বহুত অবোধ প্রাণী আছে
ಸಮಾನಾರ್ಥಕ : অবোধগম্য
ಅರ್ಥ : যাৰ বুদ্ধি নাই বা বুদ্ধি কম
ಉದಾಹರಣೆ : মূর্খই ্অবাবত তর্ক কৰে
ಸಮಾನಾರ್ಥಕ : অহম্মক, গোটগৰু, দগধা, নির্বোধ, বুদ্ধিহীন, বুর্বক, ভোদা, মূর্খ, মূৰুখ
ಅರ್ಥ : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
ಉದಾಹರಣೆ : অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
ಸಮಾನಾರ್ಥಕ : অজ্ঞানী, অন্ধ, অবিবেকী, বিবেকশূন্য, বিবেকহীন
ಸ್ಥಾಪನೆ