ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
ಉದಾಹರಣೆ : মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
ಸಮಾನಾರ್ಥಕ : আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি, বিস্ময়
ಅರ್ಥ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
ಉದಾಹರಣೆ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
ಸಮಾನಾರ್ಥಕ : অদ্ভুত কাম, আচৰিত, আশ্চর্য, চমক, চমৎকাৰ, তবধ, বিস্ময়
ಅರ್ಥ : যি ্আশ্বর্য ্প্রকাশ কৰিছে
ಉದಾಹರಣೆ : তেওঁৰ ্কাম দেখি আমি সকলো অবাক ্হʼলোঁ
ಸಮಾನಾರ್ಥಕ : আচৰিত, স্তম্ভিত
ಅರ್ಥ : যি একো নকয়
ಉದಾಹರಣೆ : মৌন ব্যক্তিৰ মনত অহৰহ চিন্তা চলি থাকে তেওঁৰ ্কথাশুনি মই অবাক হৈ পৰিলোঁ
ಸಮಾನಾರ್ಥಕ : চুপ, মৌন
ಸ್ಥಾಪನೆ