ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো পৰিষ্কৃত নহয় বা যাক পৰিষ্কাৰ কৰা হোৱা নাই
ಉದಾಹರಣೆ : সাহিত্যত অমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অমার্জিত, অসংস্কৃত
ಅರ್ಥ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ಉದಾಹರಣೆ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
ಸಮಾನಾರ್ಥಕ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
ಅರ್ಥ : যিটোৰ শোধন কৰা হোৱা নাই
ಉದಾಹರಣೆ : অশোধিত পানী স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
ಸಮಾನಾರ್ಥಕ : অশুদ্ধ, অশোধিত, অসংশোধিত, লেতেৰা
ಸ್ಥಾಪನೆ