ಅರ್ಥ : যি সম্পূর্ণ ৰূপে বিকশিত হোৱা নাই
ಉದಾಹರಣೆ :
অপৰিপক্ক ব্যক্তি পৰিপক্ক ব্যক্তিৰ ওপৰত নি্র্ভৰশীল হৈ থাকে
ಸಮಾನಾರ್ಥಕ : অল্পবিকশিত
ಅರ್ಥ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
ಉದಾಹರಣೆ :
এই কামটো নতুন মানুহেও কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : অনভ্যস্ত, অপৈণত, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু