ಅರ್ಥ : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
ಉದಾಹರಣೆ :
তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
ಸಮಾನಾರ್ಥಕ : অন্যমনস্কতা, উদাসী, উদাসীনতা
ಅರ್ಥ : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
ಸಮಾನಾರ್ಥಕ : অসন্তুষ্টি, অসন্তোষ