ಅರ್ಥ : প্রতিৰোধ বা বিৰোধ নকৰা
ಉದಾಹರಣೆ :
অপ্রতিহত যুদ্ধ কেনেকৈ সম্ভৱ হʼল
ಸಮಾನಾರ್ಥಕ : নির্বিবাদ, প্রতিৰোধহীন, বাধাহীন
ಅರ್ಥ : অত্যন্ত পৰাক্রমী
ಉದಾಹರಣೆ :
চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
ಸಮಾನಾರ್ಥಕ : বিক্রমশালী, শক্তিমন্ত, শক্তিশালী, ্দুর্জয়, ্পৰাক্রমী