ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : চুৰি কৰা
ಉದಾಹರಣೆ : অপহৃত ধনক তেওঁ গাঁত খান্দি লুকোৱাই থলে
ಸಮಾನಾರ್ಥಕ : চুৰি
ಅರ್ಥ : যাৰ অপহৰণ কৰা হৈছে
ಉದಾಹರಣೆ : নিজৰ বুদ্ধিমত্তাৰ কাৰণে এজন অপহৃত শিশু অপহৰণকাৰীৰ কৱলৰ পৰা পলাই সাৰিল
ಅರ್ಥ : কাঢ়ি নিয়া
ಉದಾಹರಣೆ : অপহৃত ধনৰ দ্বাৰা তুমি বেছিদিন সুখ নাপাবা
ಸಮಾನಾರ್ಥಕ : লুণ্ঠিত
ಸ್ಥಾಪನೆ