ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অপচয় ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অপচয়   বিশেষ্য

ಅರ್ಥ : হেৰুওৱা বা লোকচান ভৰা কার্য

ಉದಾಹರಣೆ : ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল

ಅರ್ಥ : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য

ಉದಾಹರಣೆ : চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়

ಅರ್ಥ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য

ಉದಾಹರಣೆ : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে

ಸಮಾನಾರ್ಥಕ : ক্ষয়, হ্রাস

ಅರ್ಥ : অনাহক আৰু অধিক খৰচ

ಉದಾಹರಣೆ : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে

ಸಮಾನಾರ್ಥಕ : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি

অপচয়   বিশেষণ

ಅರ್ಥ : অনাহকত খৰচ কৰা

ಉದಾಹರಣೆ : অপচয়ৰ ধন কেতিয়াও ঘূৰি নাহে