ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এটাক এৰি দি কোনোবা এটা
ಉದಾಹರಣೆ : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
ಸಮಾನಾರ್ಥಕ : অইন, অন্যান্য, আন, পৰ, বেলেগ
ಅರ್ಥ : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ
ಉದಾಹರಣೆ : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়
ಸಮಾನಾರ್ಥಕ : অন্যৰ, আন, আনৰ, পৰ, পৰৰ, লোকৰ
ಅರ್ಥ : দ্বিতীয় কোনো
ಉದಾಹರಣೆ : মোৰ লগত আন মানুহো আছে
ಸಮಾನಾರ್ಥಕ : অইন, আন, আৰু, বেলেগ
ಸ್ಥಾಪನೆ