ಅರ್ಥ : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
ಉದಾಹರಣೆ :
কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
ಅರ್ಥ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
ಉದಾಹರಣೆ :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
ಸಮಾನಾರ್ಥಕ : ফৰমাইচ
ಅರ್ಥ : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
ಉದಾಹರಣೆ :
চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
ಸಮಾನಾರ್ಥಕ : প্রার্থ্্না, মিনতি
ಅರ್ಥ : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
ಉದಾಹರಣೆ :
আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ