ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অনুৰাগ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অনুৰাগ   বিশেষ্য

ಅರ್ಥ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ಉದಾಹರಣೆ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

ಸಮಾನಾರ್ಥಕ : আসক্তি, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

ಅರ್ಥ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

ಉದಾಹರಣೆ : প্রেম নিস্বার্থ ্ হʼব লাগে

ಸಮಾನಾರ್ಥಕ : আসক্তি, পীৰিতি, প্রীতি, প্রেম, ভালপোৱা, মহব্বত

ಅರ್ಥ : আসক্ত হোৱা ক্রিয়া বা ভাব

ಉದಾಹರಣೆ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

ಸಮಾನಾರ್ಥಕ : আসক্তি, ইচ্ছানুভূতি, টান, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

ಅರ್ಥ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

ಉದಾಹರಣೆ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

ಸಮಾನಾರ್ಥಕ : প্রণয়, প্রীতি, প্রেম, ভালপোৱা