ಅರ್ಥ : কাৰোবাৰ পিছত যোৱা কার্য
ಉದಾಹರಣೆ :
লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে
ಸಮಾನಾರ್ಥಕ : অনুগমন কৰা, পিছত যোৱা
ಅರ್ಥ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
ಉದಾಹರಣೆ :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
ಸಮಾನಾರ್ಥಕ : অনুকৰণ কৰা, নকল কৰা