ಅರ್ಥ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
ಉದಾಹರಣೆ :
পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
ಸಮಾನಾರ್ಥಕ : অন্বেষণ কৰা, পৰীক্ষণ কৰা
ಅರ್ಥ : কোনো বিষয়ৰ সত্যতা আৰু অসত্যতা নিৰূপণ কৰা
ಉದಾಹರಣೆ :
বৈজ্ঞানিকে কৃষ্ণ-গহ্বৰৰ বিষয়ে অনুসন্ধান কৰি আছে
ಅರ್ಥ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
ಉದಾಹರಣೆ :
পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
ಸಮಾನಾರ್ಥಕ : অন্বেষণ কৰা, বিচৰা