ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ অনুসন্ধান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

অনুসন্ধান   বিশেষ্য

ಅರ್ಥ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

ಉದಾಹರಣೆ : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

ಸಮಾನಾರ್ಥಕ : তালাচী, বিচাৰ

ಅರ್ಥ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য

ಉದಾಹರಣೆ : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল

ಸಮಾನಾರ್ಥಕ : অন্বেষণ, এষণা, গৱেষণা

ಅರ್ಥ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

ಉದಾಹರಣೆ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

ಸಮಾನಾರ್ಥಕ : অন্বেষণ, তদন্ত, বিচাৰ, বুজ

ಅರ್ಥ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

ಉದಾಹರಣೆ : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

ಸಮಾನಾರ್ಥಕ : বিচাৰ, সম্পৰীক্ষা

ಅರ್ಥ : অবৈধ বস্তু বা কোনো ব্যক্তি আদিক ধৰিবৰ কাৰণে পুলিচ বা চৰকাৰী বিভাগৰ দ্বাৰা হঠাৎ কৰা বিচাৰ

ಉದಾಹರಣೆ : আজি পুলিচে মহাজন কৰোৰীমলৰ ঘৰত অনুসন্ধান চলালে