ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কল্যাণ বা মংগল নথকা
ಉದಾಹರಣೆ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
ಸಮಾನಾರ್ಥಕ : অকল্যাণ, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
ಅರ್ಥ : কোনো কার্যৰ ্হানি বা অনিষ্ট
ಉದಾಹರಣೆ : ডাঙৰ অনর্থ হʼল! শ্যামলীৰ দেউতাক এতিয়া আৰু নাই
ಸಮಾನಾರ್ಥಕ : অনর্থ
ಅರ್ಥ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
ಉದಾಹರಣೆ : কাৰো অপকাৰ নকৰিবা
ಸಮಾನಾರ್ಥಕ : অপকাৰ, ক্ষতি, ক্ষয়, বৰবাদ, হানি
ಅರ್ಥ : হিতৰ বিৰোধীভাব
ಉದಾಹರಣೆ : কাৰো অহিত চিন্তা কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অকল্যাণ, অপকাৰ, অহিত
ಅರ್ಥ : যিটো শুভ নহয়
ಉದಾಹರಣೆ : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
ಸಮಾನಾರ್ಥಕ : অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অশুভ, অহিত, বিমংগল, বিমঙ্গল
ಸ್ಥಾಪನೆ