ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ಉದಾಹರಣೆ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
ಸಮಾನಾರ್ಥಕ : অগ্রাহ্য, অননুমোদন, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
ಅರ್ಥ : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব
ಉದಾಹರಣೆ : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে
ಸಮಾನಾರ್ಥಕ : অনভিলাষ, অনীহা, অপ্রীতি, অৰুচি
ಅರ್ಥ : যি মনোবৃত্তিয়ে কোনো কথা বা বস্তু লাভৰ প্রতি মনোযোগ আকর্ষণ নকৰে
ಉದಾಹರಣೆ : তেওঁ অনিচ্ছাৰ কাৰণে কোনো কামতে মন বহুৱাব পৰা নাই
ಸಮಾನಾರ್ಥಕ : অনাকাংক্ষা, অনীহা, অস্পৃহা, ইচ্ছাহীনতা
ಸ್ಥಾಪನೆ