ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ಉದಾಹರಣೆ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
ಸಮಾನಾರ್ಥಕ : অস্বীকৃত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত
ಅರ್ಥ : যাৰ অনুমতি দিয়া হোৱা নাই
ಉದಾಹರಣೆ : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল
ಸಮಾನಾರ್ಥಕ : অসমর্থিত, অস্বীকৃত
ಅರ್ಥ : যিটো অনুমোদন কৰা হোৱা নাই
ಉದಾಹರಣೆ : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব
ಸಮಾನಾರ್ಥಕ : অগৃহীত, অস্বীকৃত
ಸ್ಥಾಪನೆ