ಅರ್ಥ : যিজনে অধ্যয়ন কৰে
ಉದಾಹರಣೆ :
ভাল অধ্যয়নকাৰীয়ে যিকোনো বিষয়ৰ অধ্যয়ন খৰচিমাৰি কৰে
ಸಮಾನಾರ್ಥಕ : অধ্যয়ন কর্তা, পঢ়ুৱৈ
ಅರ್ಥ : যিজনে বিদ্যাশিক্ষা গ্রহণ কৰে
ಉದಾಹರಣೆ :
এই শ্রেণীকোঠাত পঁচিশজন ছাত্র আছে
ಸಮಾನಾರ್ಥಕ : ছাত্র, জ্ঞানার্থী, বিদ্যার্থী, শিক্ষার্থী, শিষ্য