ಅರ್ಥ : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা
ಉದಾಹರಣೆ :
সেনাই দুর্গটোক অধীন কৰিলে
ಸಮಾನಾರ್ಥಕ : অধিকাৰলৈ অনা, কাবু কৰা
ಅರ್ಥ : কাৰোবাক নিজৰ বশলৈ অনা
ಉದಾಹರಣೆ :
ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল
ಸಮಾನಾರ್ಥಕ : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা
ಅರ್ಥ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
ಉದಾಹರಣೆ :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
ಸಮಾನಾರ್ಥಕ : অর্পণ ্কৰা