ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি কাৰোবাৰ অধিকাৰ বা ক্্ব্জাত আছে
ಉದಾಹರಣೆ : তেখেতে নিজৰ অধিকৃত সম্পত্তিবোৰ দান কৰিব বিচাৰে
ಅರ್ಥ : যাৰ অধিগ্রহণ কৰা হৈছে
ಉದಾಹರಣೆ : চৰকাৰে অধিগৃহীত মাটি পুনৰ ঘূৰাই দিবলৈ কʼলে
ಸಮಾನಾರ್ಥಕ : অধিগৃহীত
ಅರ್ಥ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
ಉದಾಹರಣೆ : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
ಸಮಾನಾರ್ಥಕ : অধিবাসী, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
ಸ್ಥಾಪನೆ