ಅರ್ಥ : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে
ಉದಾಹರಣೆ :
ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
ಅರ್ಥ : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
ಉದಾಹರಣೆ :
এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
ಸಮಾನಾರ್ಥಕ : দাবীদাৰ
ಅರ್ಥ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
ಉದಾಹರಣೆ :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
ಸಮಾನಾರ್ಥಕ : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা