ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বেছি কথা কোৱা ব্যক্তি
ಉದಾಹರಣೆ : কথকীৰ মাজত মনে মনে থকাই ভাল
ಸಮಾನಾರ್ಥಕ : কথকী
ಅರ್ಥ : বহুত কথা কʼব পৰাজন
ಉದಾಹರಣೆ : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
ಸಮಾನಾರ್ಥಕ : কথকী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
ಅರ್ಥ : পাগলৰ নিচিনাকৈ অনর্থক ্ কথা কওঁ্তা ্ বা প্রলাপ বকোঁতা
ಉದಾಹರಣೆ : তেওঁৰ ্ কথাত নধৰিবা, তেওঁ এজন চেলেপু লোক
ಸಮಾನಾರ್ಥಕ : অতিবক্তা, কথা-চহকী, চালপেনীয়া, চেলবেলীয়া, চেলেপু, বহুবল্কী
ಸ್ಥಾಪನೆ