ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি পৰিচিত নহয়
ಉದಾಹರಣೆ : যাত্রা কৰোতে কোনো অপৰিচিত ব্যক্তিৰ পৰা খোৱা বস্তু লʼব নালাগে
ಸಮಾನಾರ್ಥಕ : অচিন, অচিনাকি, অজান, অপৰিচিত
ಅರ್ಥ : যিটো জ্ঞাত নহয়
ಉದಾಹರಣೆ : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
ಸಮಾನಾರ್ಥಕ : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজান, অজ্ঞাত, অপৰিচিত, নজনা-নুশুনা
ಸ್ಥಾಪನೆ