ಅರ್ಥ : জড় হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
জড় পদার্থত ্জড়তা পোৱা যায়
ಸಮಾನಾರ್ಥಕ : চেতনহীনতা, চেতনাহীনতা, জড়তা, জড়ত্ব, জীৱনহীনতা
ಅರ್ಥ : ৰোগ, ভয়, শোক আদিৰ কাৰণে উদয় হোৱা সেই অৱস্থা যʼত প্রাণী সংজ্ঞাহীন হৈ পৰে
ಉದಾಹರಣೆ :
মামাৰ মৃত্যুৰ খবৰটো শুনি মামী মূর্চ্ছা গʼল
ಸಮಾನಾರ್ಥಕ : বেহুচ, মূচকচ, মূর্চ্ছা, সংজ্ঞাশূন্যতা
ಅರ್ಥ : চেতনা নোহোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
কুষ্ঠৰোগ হোৱা ছালৰ অংশবোৰত অচেতনতা আহি পৰে
ಸಮಾನಾರ್ಥಕ : অচেতনা, চেতনাশূন্যতা, চেতনাহীনতা