ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ಉದಾಹರಣೆ : পাহাৰ-পর্বত স্থিৰ
ಸಮಾನಾರ್ಥಕ : অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ಅರ್ಥ : যি চলা-ফুৰা কৰিব নোৱাৰে
ಉದಾಹರಣೆ : গছবোৰ সজীৱ সত্ত্বেও অচল
ಸಮಾನಾರ್ಥಕ : অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
ಅರ್ಥ : এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব নোৱাৰা কোনো বস্তু বা সম্পত্তি আদি
ಉದಾಹರಣೆ : তেওঁ নিজৰ সকলো স্থাৱৰ সম্পত্তি বেচি দিলে
ಸಮಾನಾರ್ಥಕ : স্থাৱৰ
ಸ್ಥಾಪನೆ