ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গৃহহীন বা যাযাবৰ হোৱা অৱস্থা
ಉದಾಹರಣೆ : কিছুমান মানুহ অঘৰী হʼবলৈ বাধ্য হয়
ಸಮಾನಾರ್ಥಕ : যাযাবৰ, যাযাবৰী
ಅರ್ಥ : যি লোকৰ কোনো স্থায়ী বসতিস্থল নাথাকে আৰু যাৰ কাৰণে তেওঁলোকে সদায় এখন ঠাই এৰি অন্য এখন ঠাইলৈ যাবলগীয়া হয়
ಉದಾಹರಣೆ : পথৰ দাঁতিত অঘৰীসকলে নিজৰ তম্বু তৰিছে
ಸಮಾನಾರ್ಥಕ : জিপচি
ಸ್ಥಾಪನೆ