ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অকলে থকা বা মানুহৰ সৈতে মিলামিছা নকৰা ব্যক্তি
ಉದಾಹರಣೆ : তেওঁ অকলশৰীয়া
ಅರ್ಥ : অকলে হোৱা দশা বা ভাৱ
ಉದಾಹರಣೆ : মোৰ মন অকলশৰীয়া ভাৱেৰে ভৰি পৰিছে
ಸಮಾನಾರ್ಥಕ : শূন্যতা
ಅರ್ಥ : নিজান ঠাইত থকা বা বসবাস কৰোতা
ಉದಾಹರಣೆ : অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে
ಸಮಾನಾರ್ಥಕ : একাকিন
ಅರ್ಥ : যাৰ লগত কোনো নাই বা নাথাকে
ಉದಾಹರಣೆ : তেওঁ অকলশৰীয়া জীৱন কটাই আছে
ಸಮಾನಾರ್ಥಕ : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ
ಅರ್ಥ : বেলেগৰ পৰা অকলে থকা
ಉದಾಹರಣೆ : তেওঁ ভীৰতো অকলশৰীয়া আছিল
ಸಮಾನಾರ್ಥಕ : নিসংগ
ಸ್ಥಾಪನೆ