ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম
ಉದಾಹರಣೆ : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে
ಸಮಾನಾರ್ಥಕ : অকমানি, সৰু
ಅರ್ಥ : যাৰ শৰীৰ সৰু
ಉದಾಹರಣೆ : অকণমানি কেচুৱা বৰ ভাল লাগে
ಸಮಾನಾರ್ಥಕ : অকণ-মানি, কণমানি
ಸ್ಥಾಪನೆ