দী্র্ঘজীৱী (বিশেষ্য)
যিজন ব্যক্তি বহুবছৰ ধৰি জীয়াই থাকে
হেৰাই যোৱা (ক্ৰিয়া)
দেখা নোপোৱা
জগাই তোলা (ক্ৰিয়া)
তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা
জননী (বিশেষ্য)
জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
সন্ন্যাসী (বিশেষ্য)
সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
আৱিষ্কাৰ কৰা (ক্ৰিয়া)
অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
নবৌ (বিশেষ্য)
ককায়েকৰ স্ত্রী
আগে আগে (ক্ৰিয়া বিশেষণ)
কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত
মাতৃ (বিশেষ্য)
জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া